এটা শিলৰ এভাগ
তাৰ আনভাগ কাটি নিয়াৰ চিন স্পষ্ট
তাৰ ওপৰতে বহিলোঁ ।
সি মোক ক’লে, ‘বহু হাজাৰ বছৰ আগেয়ে
ইয়াত বহুত শিল আছিল;
সিহঁত ঘৰ, ৰাস্তা, অট্টালিকা আদিলৈ
সিহঁত ঘৰ, ৰাস্তা, অট্টালিকা আদিলৈ
ৰূপান্তৰিত হ’ল ।
শেষত মই অকলে থাকিলো ।
শেষত মই অকলে থাকিলো ।
সিহঁতে মোকো নেৰিল;
ইয়াত যে শিল আছিল তাক লৈ
এটা কবিতা লিখিব’ ।ইয়াত যে শিল আছিল তাক লৈ
No comments:
Post a Comment